আমাৰ বিষয়ে

‘ৰহস্য’ অসমৰ এখন জনপ্ৰিয় ৰহস্যধৰ্মী তথা বিনোদনধৰ্মী সাহিত্য আলোচনী ৷বিগত ৪৭ বছৰে সাহিত্য সৃষ্টি আৰু সেৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰি আহিছে ৷ ‘ৰহস্য প্ৰকাশন’ৰ স্বত্বাধিকাৰ বাসন্তী ৰাভাৰ দ্বাৰা প্ৰকাশিত ৷
আমাৰ ঠিকনা –
ভেটাপাৰা চাৰিআলি
বিষ্ণু ৰাভা পথ,গুৱাহাটী-২৮
Email – [email protected]
Contact No. : 7002101506